Tuesday, October 28, 2014

ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ

ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ, ন’ ৱি ডিদন্ট লাইট ইট, বাট ৱি ট্ৰাইড টো ফাইট ইট,
ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ ইট হেজ বিন অলৱেইজ বাৰ্ণিং চিন্‌চ ডা ৱৰ্ল্ড ইজ টাৰ্ণিং !!
তৰুন গগৈ, বিসম্বাদ, চাই বাবাৰ আশীৰ্বাদ,
পৰেশ বৰুৱা, চালফা, ইনকম টেক্স, প্ৰতিবাদ;
আইনাম, বিয়ানাম, বিদ্যুতৰ নাটনি,
এডিডাচ, বাইক ষ্টাণ্ট, অপহৰণ, ডাইনী
বেইজিং, ইব’লা, অবামা, আইচিচ,
দূৰ্নীতি, মিলিটেৰী, দ্ৰ’ন আৰু ব্ৰাহমচ,



অখিল গগৈ, নদী বান্ধ, ইনচিয়ন, মেৰি কম
বৰপেট, হাই প্ৰেচাৰ, চুগাৰ আছে চেনী কম।
মাৰুতি, মাহিন্দ্ৰা, নিকন- কেনন, লেপটপ
বিউটি পাৰ্লাৰ, থ্ৰেডিং, ন’জজব, টিপটপ।
ছচ্ছ ভাৰত, কমনৱেল্থ, ধোনী আৰু ৰাইনা,
ইউনিক’ড, বিহুনাম, ঢোল,-পেঁপা-গগণা;
জুবিন-পাপন, এম টিভি, কেবিচি, ষ্টাৰ প্লাছ
গড়হত্যা, বাংলাদেশী, টেট বাইদেউ, ছিটিবাছ।
চুমা পৰশত, ভূপেন দা, পৰমানন্দ, সাহিত্য
ফ্লিপকাৰ্ট মেগা চে’ল, নাগালেণ্ড সীমান্ত,
অৰ্ণৱ, নন্দন, বৰ্খা, ৰাজদীপ
প্ৰদুষণ, প্ৰান্তিক, সাতসৰী, মিউজিক,
চনী, চেমচাং, এল চি ডি, কপিল শৰ্মাৰ কমেডী,
চাচ-বহু , কাবাদী, বুম বুম, দেৱালী
চিনিঅ’ৰ, জুনিঅ’ৰ, প্ৰমোচন, ইনক্ৰিমেণ্ট,
পূজাৰ ছুটী, স্কুলবাচ, বছৰেকীয়া টাৰগেট।
মোডী ভাই, চোনীয়া, গৌৰৱ, মতা মাছ,
লোহিয়া, ভুটানী, ৱাইন ছপ, এবাকাচ।
ডবল গুটি, মনি চুব্বা, তিন পাত্তি, ৰামী,
মাছ বজাৰ, এল পি জি, মবাইল কিমান দামী?
ঐশ্বৰ্য়া নে কৰীণা, বৰষুণ কিন কিন,
পাকিস্তান, কাৰগিল, চাইনা ইন আকচাই চীন
ফেচবুক, হোৱাটচ এপ, লাইক নে কমেণ্ট?
প্ৰফাইল ফটো, বাৰ্থ ডে', ডাউনল'ড টৰেণ্ট;
বানপানী, মঁহযুজ, ঘৈণীৰ কেং কেং
মাকাম, লিড’লাম, চেতন ভগত, বেং বেং।।
আব্দুল কালাম, পিজা হাট, চাহ পানীৰ খৰছা,
ডিজেল-পেট্ৰল, গাৰ্লফ্ৰেণ্ড, দুই নম্বৰী বেপছা।
এন্ডস্ক’পী, চচমাৰ পাৱাৰ, অভিজিতৰ মহাদৌৰ,
এনাফ!!!!!!
আই কেন্ট টেক ইট এনি ম’ৰ!!
ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ, ন’ ৱি ডিদন্ট লাইট ইট, বাট ৱি ট্ৰাইড টো ফাইট ইট,
ৱি ডিন্ট ষ্টাৰ্ট ডা ফায়াৰ, ইট হেজ বিন অলৱেইজ বাৰ্ণিং, চিন্‌চ ডা ৱৰ্ল্ড ইজ টাৰ্ণিং !!

No comments:

Post a Comment